Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও সদৰ আৰক্ষীয়ে জাগীৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে কাৰাগাৰৰ পৰা কয়দী পলায়নত সহায় কৰা এগৰাকী মহিলা

Marigaon, Morigaon | Sep 5, 2025
বিগত আগষ্ট মাহত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা জীয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰ নামৰ দুটাকৈ কয়দী পলায়ন কৰিছিল আৰু দুয়োটাকে ইতিমধ্যে আৰক্ষীয়ে কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰিছে। জেলৰ পৰা দুয়োটা অপৰাধীক পলায়ন কৰিবলৈ সহায় হোৱাকৈ সামগ্ৰী যোগান ধৰিছিল সুব্ৰত সৰকাৰৰ প্ৰেমিকা অজন্তা ডেকাই। দুয়োটা পলাতক কয়দীক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ অন্তত আজি আৰক্ষীয়ে জাগীৰোডৰ পৰা অজন্তা ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অজন্তাই সুব্ৰতক এখনি লো কাতিব পৰা সজুঁলি যোগান ধৰিছিল।
Read More News
T & CPrivacy PolicyContact Us