This browser does not support the video element.
ধুবুৰী ভাগ: বিলাসীপাৰাত পূজা সমিতিৰ সৈতে বৈঠক কেএচিৰ চিইএম জীবেশ ৰায়ৰ
Dhubri Part, Dhubri | Aug 22, 2025
বিলাসীপাৰাৰ ফুটকিবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী মা দূৰ্গা পূজাৰ উদযাপন সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে কেএচিৰ চিইএম জীবেশ ৰায় । আগন্তুক দূৰ্গাপূজা ও মেলাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠকত অংশগ্ৰহণ কৰে আৰু পূজা কমিটিৰ সকলো বিষয়ববীয়া আৰু ৰাইজৰ সৈতে মত বিনিময়ত কৰে কেএচিৰ চিইএম জীৱেশ ৰায়ে ।