This browser does not support the video element.
হোজাই: কবৰস্থানৰ সমীপৰ এঘৰত দালালে ভাড়ালৈ ৰেলৱে মাল গুদামত চাকৰি দিয়াৰ নামত সৰ্বসাধাৰণ ৰাইজক
Hojai, Hojai | Sep 9, 2025
হোজাইত ৰেলৱে মাল গুদামত চাকৰি দিয়াৰ নামত চলিছে কলা বজাৰ।টকা দিলে হে ভুৱা কাৰ্ড পঞ্জীয়ন কৰে দালাল ৰাজে।ঘটনা সন্ধৰ্ভত মঙ্গলবাৰে দিনৰ ১০বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগীৰ।উল্লেখযোগ্য যোৱা কিছুদিন ধৰি হোজাই কবৰস্থানৰ সমীপত ৰেলৱে মাল গুদাম শ্ৰমিক সংঘৰ কাৰ্য্যালয় হিচাপে এঘৰত ভাড়া হিচাপে লৈছিল দালাল ৰাম প্ৰসাদ মণ্ডল আৰু তেওঁৰ কোম্পানীয়ে।তেওঁলোকৰ মূল কাম হল চাকৰিৰ নামত সৰ্বসাধাৰণ ৰাইজক লুণ্ঠন কৰা।তেওঁলোকে ডিমা হাছাও আৰু কাৰ্বিআংলংৰ সহজ সৰল লোক সকলক বাছি লৈছে মূল অস্ত্ৰ হ