Download Now Banner

This browser does not support the video element.

ডুমডুমা: সদৰত CAA বিৰুদ্ধে উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনা অসমৰ

Doom Dooma, Tinsukia | Sep 9, 2025
মংগলবাৰে বাণিজ্য চহৰ তিনিচুকীয়াত CAA ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বীৰ লাচিত সেনা অসমৰ। কেইবাদফীয়া দাবী লৈ বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী । অসমৰ বায়ু-পানী-মাটি ওপৰত থকা খিলঞ্জীয়া মানুহৰ নিৰঙ্কুশ অধিকাৰ ৰক্ষা কৰাৰ দাবীত বিভিন্ন ধৰণৰ চৰকাৰবিৰোধী শ্লোগানেৰে তিনিচুকীয়াৰ আকাশ বতাহ কপালে বীৰ লাচিত সেনা অসম
Read More News
T & CPrivacy PolicyContact Us