This browser does not support the video element.
নগাঁও: ফৌজদাৰী পট্টিৰ পৰা দুটা চোৰক আটক নগৰ শাখাৰ আৰক্ষীৰ
Nagaon, Nagaon | Aug 25, 2025
নগাঁও সদৰ আৰক্ষীয়ে দুটা চুৰক আটক কৰিবলৈ সক্ষম হয় ফৌজদাৰীপট্টিৰ পৰা আটক কৰে চুৰ দুটাক আটকাধীন চুৰ দুটাৰ নাম নাচিবোৰ ৰহমান আৰু ফাৰুক আহমেদ বুলি জানিব পৰা গৈছে উল্লেখ্য যে চুৰকেইটাই বৰভেটিৰ পৰা ই ৰিক্সা বেটাৰী চুৰি কৰিছিল যদিও আৰক্ষীয়ে মুঠ চাৰিটা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়