This browser does not support the video element.
আজাৰা: আজাৰা চিকিৎসালয়ত সময়মতে চিকিৎসালয় কৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ
Azara, Kamrup Metropolitan | Apr 4, 2024
ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগৰ উন্নয়ন ঢোল বজাই থাকোতে এখন নগ্ন ছবি । সময়মতে নাহে আজাৰা চিকিৎসালয়ৰ কৰ্মচাৰী । য'ত মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি ৰাতিপুৱা ১০ বজাৰ পৰা শাৰী পাতি থাকে লোক । এগৰাকী প্ৰায় ৭০ বছৰীয়া বৃদ্ধা নিৰু তালুকদাৰে নিজৰ স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি হাবাথুৰি খাইছে প্ৰায় ডেৰ মাহ ধৰি কাৰণ সময় মতে উপস্থিত নহয় জন্ম মৃত্যু পঞ্জীয়নৰ দায়িত্বত থকা বিভাগৰ লোক । বৃহস্পতিবাৰে অধিবক্তাৰ জড়য়তে গোচৰ ভুক্তভোগী মহিলাৰ