Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাওঁত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি গঠনৰ বাবে অনুষ্ঠিত হয় ৰাজহুৱা সভা

Udalguri, Udalguri | Oct 4, 2025
জিলা খনৰ কলাইগাঁও ৰাসখোলা বাকৰিত স্থায়ী সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতি গঠনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভা খন সঞ্চালনা কৰে স্থায়ী সমিতিৰ সভাপতি বিনয় কুমাৰ নাথে।সভাত নৱ নিৰ্বাচিত এমচিএলএ দিগন্ত বৰুৱাক সভাপতি আৰু দুলেন নাথক সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়। সভাত সমাজকৰ্মী দেবেন শইকীয়া, সাহিত্য সমাজৰ সভাপতি বিজয় শৰ্মা, মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অনন্ত নাথ, প্ৰমুখ্যে দল সংগঠনৰ প্ৰতিনিধি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us