Download Now Banner

This browser does not support the video element.

গুৱাহাটী: অসম বাংলাদেশী মুচলমানৰ চৰণীয়া পথাৰ নহয়, আমি বাস্তৱ হ'বলৈ নিদিওঁ বশিষ্ঠত প্ৰতিক্ৰিয়া বিজেপি সভাপতি দিলিপ শ‌ইকীয়াৰ

Guwahati, Kamrup Metropolitan | Aug 25, 2025
অসম বাংলাদেশী মুচলমানৰ চৰণীয়া পথাৰ নহয়। অসমক অস্থিৰ কৰাৰ পৰিকল্পনাক আমি বাস্তৱ হ'বলৈ নিদিওঁ বশিষ্ঠত প্ৰতিক্ৰিয়া বিজেপি সভাপতি দিলিপ শ‌ইকীয়া। ছৈয়দা হামিদৰ বক্তব্যক খণ্ডন কৰি তীব্ৰ সমালোচনা কৰে নাগৰিক সমাজক।
Read More News
T & CPrivacy PolicyContact Us