Download Now Banner

This browser does not support the video element.

নগাঁও: নতুন বজাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - যুৱ - ছাত্ৰ পৰিষদৰ

Nagaon, Nagaon | Sep 4, 2025
নগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - যুৱ - ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ -২০২৫ আৰু 'কা' বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি আৰু আদেশ - ২০২৫ পত্ৰৰ প্ৰতিলিপি দাহ কৰে। নগাঁও চহৰৰ নতুন বজাৰৰ ৰাজপথত পৰিষদৰ নেতা কৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অনুপ্ৰৱেশ আ আৰু বিদেশী আদেশ বাতিল কৰক ,'কা' বাতিল কৰক ,গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায় ,
Read More News
T & CPrivacy PolicyContact Us