Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত বিজেপিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়

India | Aug 20, 2025
আজি কাজলগাঁওস্থিত চিৰাং জিলা বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ চিৰাং জিলাৰ উদ্যোগত এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় ,আজিৰ এই সভাত দলৰ ভৱিষ্যত কাৰ্যপন্থা, সাংগঠনিক দৃঢ়তা বৃদ্ধি, আৰু আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনক লৈ বিস্তৃত আলোচনা কৰা হয়,আজিৰ এই সভাত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, অসম তথা ত্ৰিপুৰা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু , প্ৰাক্তন সাংসদ তথা বিজেপিৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us