This browser does not support the video element.
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়
Balijana, Goalpara | Sep 6, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়।গোৱালপাৰা জিলা প্ৰশাসনে ৮ ছেপ্টেম্বৰত আয়োজন কৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি আৰু ১৩ ছেপ্টেম্বৰত গুৱাহাটীত অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোৱালপাৰা জিলাৰ পৰা অংশগ্ৰহণ কৰা বিষয়ক লৈ গোৱালপাৰা জিলা প্ৰশাসনে আজি এখন সভা অনুষ্ঠিত কৰে।