Download Now Banner

This browser does not support the video element.

গোলাঘাট: সৰুপানী গাঁৱ পঞ্চায়তৰ তিনিটা নামঘৰলৈ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এক লাখকৈ টকা প্ৰদান মন্ত্ৰী অজন্তা নেওগৰ

Golaghat, Golaghat | Sep 7, 2025
দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সৰুপানী গাঁৱ পঞ্চায়তৰ অন্তৰ্গত তিনিটা নামঘৰলৈ আনুষ্ঠানিকভাৱে প্ৰত্যেক নামঘৰক ১ লাখ টকাকৈ চেক প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগৰ। সাহায্যপ্ৰাপ্ত নামঘৰসমূহ ক্ৰমে ১ নং শুকানবিল বৰনামঘৰ, ৩ নং মিলনজ্যোতি নামঘৰ, আৰু ৪ নং সোনালীপথাৰ টংকেশ্বৰ শিৱ মন্দিৰ। আজি তিনিওটা নাম ঘৰত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় মন্ত্ৰী অজন্তা নেওগৰ।
Read More News
T & CPrivacy PolicyContact Us