Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি আঞ্চলিকতা বাদী দলটোৰ পৰা বহু ব্যক্তিগৈ সুবিধাবাদীৰ কাম কৰিলে,অগপৰ কাৰ্যালয়ত মন্তব্য নেতাৰ
Jorhat West, Jorhat | Sep 10, 2025
হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি আঞ্চলিকতা বাদী দলটোৰ পৰা বহু ব্যক্তি গুচি গৈ সুবিধাবাদীৰ কাম কৰিলে । অগপৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত মন্তব্য নেতাৰ। অসম গণ পৰিষদৰ যোৰহাটৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা । উক্ত সভাতেই বহু বিস্ফোৰক মন্তব্য আগবঢ়ায় যোৰহাট বিধান পৰিষদৰ সম্পাদক হৰিশ শইকীয়াই। হৰিশ শইকীয়াৰ ভাষণত স্পষ্ট হৈছে এতিয়া ভিতৰি ভিতৰি বাৰুকৈয়ে অসন্তুষ্ট ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!