Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানীত এক কোটি পঞ্চাছ লাখ টকাৰে নিৰ্মিত ক্ৰিয়া প্ৰকল্পৰ শুভ উদ্বোধন,উপস্থিত জিলা ক্ৰিয়া বিষয়া,জিলা বি জে পি উপ সভাপতি

Golaghat, Golaghat | Aug 27, 2025
মেৰাপানীত এক কোটি পঞ্চাছ লাখ টকাৰে নিৰ্মিত ক্ৰিয়া প্ৰকল্পৰ শুভ উদ্বোধন,উপস্থিত জিলা ক্ৰিয়া বিষয়া,জিলা বি জে পি উপ সভাপতি l মেৰাপানী বাসীৰ বাবে এক সুখবৰ । মেৰাপানীত নিমাৰ্ণ হব এক কোটি পঞাশ লাখ টকাৰ এটা ক্ৰিড়া পকল্প । অসম চৰকাৰ অধীনত আৰম্ভ হোৱা ক্ৰীড়া প্ৰকল্পৰ আৰম্ভণী অনুষ্ঠানত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত গোলাঘাট জিলা ক্ৰিয়া বিষয়া বিমল গগৈ,গোলাঘাট জিলাৰ বিজেপি উপ সভাপতি পোনা বৰাই ফিটা কাটি মেৰাপানী ক্ৰিড়া প্ৰকল্পৰ শুভাৰম্ভ কৰে ।
Read More News
T & CPrivacy PolicyContact Us