Download Now Banner

This browser does not support the video element.

চেঙা: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰা নুৰ ইছলামক আলোপতিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

Chenga, Barpeta | Sep 10, 2025
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰা এজন যুৱকক আলোপতিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম নুৰ ইছলাম ৷ নুৰ ইছলাম নামৰ যুৱকজনে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰিছিল ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰাৰ বাৰে পৰ্টেল সংবাদ কৰ্মী নুৰ ইছলামক আলোপতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us