Download Now Banner

This browser does not support the video element.

টিয়ক: টীয়কৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ,পথৰ ওপৰত বাগৰি পৰে তেল ভৰ্তি টেংকাৰ , আঘাতপ্ৰাপ্ত এজন

Teok, Jorhat | Sep 13, 2025
টীয়কৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা । পথৰ ওপৰত বাগৰি পৰে তেল ভৰ্তি টেংকাৰ। আঘাতপ্ৰাপ্ত এজন। যোৰহাট জিলাৰ টীয়কৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। যান্ত্ৰিক বিজুতি ঘটি পথতে বাগৰি পৰিল তেলভৰ্তি টেংকাৰ NL01AJ0959 । চালকৰ কথমপি প্ৰাণৰক্ষা ।জনবসতিপূৰ্ণ অঞ্চলটোত হোৱা দুৰ্ঘটনাত তেল বিয়পি পৰাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়৷
Read More News
T & CPrivacy PolicyContact Us