Install App
shivbhakti
This browser does not support the video element.
বকো: বকোৰ বৰপাৰাত দুটা ফৈদৰ তীব্ৰ সংঘাত,আক্ৰমণ-প্ৰত্যাক্ৰমণত ৭ জনৰো অধিক লোক আহত হয়,বকো থানাত এজাহাৰ দাখিল
Boko, Kamrup | Sep 11, 2025
বৃহস্পতিবাৰে বকোৰ বৰপাৰাত দুটা ফৈদৰ তীব্ৰ সংঘাত। আক্ৰমণ-প্ৰত্যাক্ৰমণত ৭ জনৰো অধিক লোক আহতহয়। ট্ৰাইবেল সংঘৰ অভিযোগৰ ভিত্তিত বকো বৰপাৰাৰ চাইফুদ্দিন আহমেদৰ গৃহত নিৰিক্ষণ। এই পূনঃ নিৰিক্ষণৰ সময়ত সৃষ্টি হয় তীব্ৰ সংঘাত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!