Download Now Banner

This browser does not support the video element.

নগাঁও: পোহৰ আলোচনীৰ নগাঁও জিলা পেঞ্চনাৰ ভৱনত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন

Nagaon, Nagaon | Aug 24, 2025
ভৱানীপুৰ আৰু নগাঁৱৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী "পোহৰ" নামৰ আলোচনীখনৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয় আলোচনীখনৰ লগত জৰিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকসকল অনুষ্ঠানটিত উপস্থিত থাকে উক্ত অনুষ্ঠানটিত পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় আনহাতে পোহৰ আলোচনী তৰফৰ পৰা সাহিত্য, সাংস্কৃতিক , সাংবাদিকতাৰ দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক বঁটা প্ৰদান কৰা হয়
Read More News
T & CPrivacy PolicyContact Us