This browser does not support the video element.
হোজাই: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ চহৰৰ মাজমজিয়াদি উলিওৱা হয় প্ৰতিবাদী সমদল
Hojai, Hojai | Sep 1, 2025
সোমবাৰে দিনৰ প্ৰায় ১২বজাত হোজাইত কংগ্ৰেছৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিবাদী সমদল।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ এই প্ৰতিবাদ।শিৱবাড়িৰ পৰা আৰম্ভ কৰি নতুন বজাৰ লৈকে উলিওৱা হয় এই প্ৰতিবাদী সমদল।প্ৰতিবাদী সমদলত সাংসদ কামাখ্যা প্ৰসাদ তাছা,হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ,লামডিং বিধায়ক শিবু মিশ্ৰকে ধৰি BJP কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদকাৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি উত্তাল কৰি তোলে প