Download Now Banner

This browser does not support the video element.

মানকাচৰ: পাথুৰীয়াত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত খেলিমেলি কৰাৰ  অভিযোগ হিতাধিকাৰীৰ

Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙ্গলবাৰে দিনৰ আনুমানিক ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পাথুৰীয়া গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকিৰী বাচনিৰ নামত খেলিমেলি কৰাৰ অভিযোগ  উত্থাপন কৰে স্হানীয় ৰাইজে ।ৰাইজৰ অভিযোগ মতে অৰুণোদয় আঁচনিৰ হিতাধিকিৰী বাচনি কমিটিয়ে  যোগ্য হিতাধিকাৰীৰ নামৰ বিপৰীতে  অযোগ্য হিতাধিকাৰীৰ নাম বাচনি কৰে ।
Read More News
T & CPrivacy PolicyContact Us