Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: 'হু ইজ মাদানী', চহৰত বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য

Bongaigaon Part, Bongaigaon | Aug 24, 2025
" WHO IS MADANI, মই কোনো মাদানীক চিনি নাপাওঁ" চহৰত মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শীলাদিত্য দেৱৰ। আঁৰ্শদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ এক দাবী কৰিছিল তাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক শীলাদিত্য দেৱে।
Read More News
T & CPrivacy PolicyContact Us