This browser does not support the video element.
মঙলদৈ ভাগ: ছিপাঝাৰৰ বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, আহত এজন
Mangaldoi Part, Darrang | Aug 26, 2025
চাইকেল আৰোহীক খুন্দা টাটা মেজিক বাহনৰ। বাহনৰ খুন্দাত গুৰুত্ব ভাবে আহত বৰদৌলগুৰিৰ বিনোদ নাথ নামৰ লোকজনৰ। ছিপাঝাৰ প্ৰাথমিক আৰু সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি লোকজনক। বৰপেটাৰ পৰা খাৰুপেটীয়া অভিমূখী আছিল বাহনখন।লোকজনক খুন্দিয়াই পলাব খোজোতে স্থানীয় লোকে আৱদ্ধ কৰি চালকসহ বাহনখন গটাই দিয়ে আৰক্ষীক।