Install App
bdnews
This browser does not support the video element.
বৰমা ভাগ: বৰপেটা ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ সভাপতিসকলৰ প্ৰশান্তি হোটেলত সভা, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক সহ বিধায়কৰ অংশ গ্ৰহণ
India | Oct 11, 2025
বৰপেটা ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ সভাপতিসকলৰ প্ৰশান্তি হোটেলত সভা এখন অনুষ্ঠিত হয় ৷ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি কংগ্ৰেছ কৰ্মীসকলে হাতত প্লে-কাৰ্ড লৈ দাবী জনায় ৷ সভাখনত মহাৰাষ্ট্ৰ AICC সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক পৃথিৱীৰাজ শাথে, বিধায়ক জাকিৰ হুছেইন শিকদাৰ , বিধায়ক আব্দুৰ ৰহিম আৰু বৰপেটা জিলা কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!