Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰহুজত দুৰ্ঘটনাত পতিত এখন ট্ৰাক , পথৰ ওপৰতে বাগৰি ট্ৰাক, আঘাতপ্ৰাপ্ত এজন

Jorhat West, Jorhat | Sep 28, 2025
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰহুজত দুৰ্ঘটনাত পতিত এখন ট্ৰাক । পথৰ ওপৰতে বাগৰিল ট্ৰাক । আঘাতপ্ৰাপ্ত এজন। বৰহুজত সংঘটিত হয় দুৰ্ঘটনা । এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে ৰেলিঙত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে । পথ বন্ধ হৈ পৰে বহু সময় । উপস্থিত হয় আৰক্ষী ।
Read More News
T & CPrivacy PolicyContact Us