Download Now Banner

This browser does not support the video element.

মানকাচৰ: খাৰুৱাবান্ধা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, অভিযানত আটক এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী

Mankachar, South Salmara-Mankachar | Sep 2, 2025
মঙলবাৰে পূৱতিনিশা অনুমানিক ১ বাজাত উপ আৰক্ষী অধীক্ষক গৌৰৱ গোস্বামী তত্বাৱধানত‌ খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ শৰ্মাৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে কানাইমাৰা গাওঁৰ আখিৰুল ইছলামৰ ঘৰত অভিযান চলায়। উক্ত অভিযানত এগৰাকী অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে নিচাজাতীয় টেবলেট সহ এখন পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয়।
Read More News
T & CPrivacy PolicyContact Us