This browser does not support the video element.
ছিপাঝাৰ: হাজৰিকা পাৰাত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
Sipajhar, Darrang | Aug 25, 2025
হৰি নামৰ ধ্বনিৰে মুখৰিত দৰঙৰ হাজৰিকাপাৰা জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি হৰি নামৰ ধ্বনিৰে মুখৰিত হয় দৰঙৰ হাজৰিকাপাৰাৰ আকাশ বতাহ । মহাপুৰুষীয়া বৈষ্ণৱ সমাজ, দৰং জিলা সমিতিৰ অন্তৰ্গত হাজৰিকাপাৰা শাখাৰ উদ্যোগত আজি বকুল মহন্ত ক্ষেত্ৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি । ।