This browser does not support the video element.
নগাঁও: বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰথমটি অনুষ্ঠানৰ উপলক্ষে উপস্থিত বিধায়ক
Nagaon, Nagaon | Aug 31, 2025
বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰথমটি অনুষ্ঠানৰ উপলক্ষে উদুলি মুদুলি পৰিবেশ। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মাৰকৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰপক শৰ্মাই।গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত পয়সত্তৰ বছৰত উপনীত হৈছে। সেই উপলক্ষে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উৎসৱটি বৰ্ষযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব। আৰু তাৰেই প্ৰথম কাৰ্যসূচী দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত "মহাৰজত জয়ন্তী ২০২৫-২৬ বৰ্ষৰ শুভা