Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈৰ মাগুৰমাৰীত পুনৰ সংস্থাপিত পৰিয়ালৰ হাহাকাৰ, পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগ #jansamasya

Mangaldoi Part, Darrang | Aug 26, 2025
দৰঙৰ ছিপাঝাৰৰ ঢলপুৰৰ উচ্ছেদিত পৰিয়ালক দুবছৰ পূৰ্বে মঙলদৈ সমষ্টিৰ অন্তৰ্গত ২ নং মাগুৰমাৰীৰ গৰুমাৰাত পুনৰ সংস্থাপন কৰিছিল দৰং জিলা প্ৰশাসনে । পূৱ মঙলদৈ‌ ৰাজহ চক্ৰৰ অন্তগৰ্ত উক্ত গাঁৱত প্ৰায় ১০০ টা‌ পৰিয়ালক এবিঘাকৈ মাটি ,ঘৰ , শৌচালয় ,খোৱাপানীৰ সুবিধা আদিৰ প্ৰতিশ্ৰুতি দি দৰং জিলা প্ৰশাসনে পুনৰ সংস্থাপিত কৰিছিল উচ্ছেদিত সকলক । প্ৰায় দুটা বছৰ‌ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে পুনৰ সংস্থাপিত পৰিয়ালে নাপালে প্ৰতিশ্ৰুতি মতে এবিঘাকৈ মাটি।
Read More News
T & CPrivacy PolicyContact Us