Download Now Banner

This browser does not support the video element.

নগাঁও: জিলাত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা , নগাঁৱত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Sep 2, 2025
মোক মোৰ স্বামীয়ে ড্ৰাগছ খাবলৈ জোৰ কৰে।নোখোৱাৰ বাবে মোক বেয়াকৈ মাৰিছে। মোক এছিড দি মাৰি পেলোৱাৰ ভাবুকিও দিছে।আমাৰ সন্তানটিকো মাৰি পেলোৱাৰ চেষ্টা কৰে।মোৰ সকলো সোণ মোৰ স্বামীয়ে লৈ গল।তেওঁক মোৰ মাৰ ঘৰৰ পৰা টকা লাগে। মোৰ স্বামীৰ নাম শ্বৰীফ উদ্দীন আহমেদ।তেওঁ এগৰাকী ঠিকাদাৰ হয়।মোৰ ওপৰত বহুত নিৰ্যাতন চলায়।স্বামীৰ বিৰুদ্ধে এগৰাকী পত্নীৰ গুৰুত্বৰ অভিযোগ।আনহাতে সোমবাৰে নিশা স্বামী শ্বৰীফ উদ্দীন আহমেদৰ বিৰুদ্ধে থানাত এজাহৰ দাখিল কৰিছে ভুক্তভোগী পত্নী গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us