Download Now Banner

This browser does not support the video element.

মাটিয়া: দহিকটাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই ভাবিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ

Matia, Goalpara | May 23, 2025
দহিকটাত বন্যহস্তীয়ে উপদ্ৰৱ চলাই ভাবিলে দুটাকৈ পৰিয়ালৰ বাসগৃহ। গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত এজাক বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ উপকণ্ঠ অঞ্চল সমূহত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আছে। কাৰোবাৰ ঘৰ বাৰী ভাঙি ঘৰৰ ভিতৰত থকা আচবাব পত্ৰ ভাঙি ধান চাউল খাই নিঃশেষ কৰে।আন কাৰোবাৰ ধান খেতি,মাকৈ খেতি খাই বিস্তৰ ক্ষতিসাধন কৰিছে। আজি সন্ধিয়া দহিকটা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লোৱা হাতীৰ জাকৰ পৰা এটা হাতী ফালৰি কাটি দহিকটা গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়।
Read More News
T & CPrivacy PolicyContact Us