Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ডিমাকুচিত অনুষ্ঠিত হয় ইউপিপিএলৰ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা, সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন চীফ প্ৰমোদ বড়ো

Udalguri, Udalguri | Sep 10, 2025
বিটিচিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত চলিছে ব্যাপক নিৰ্বাচনী কুছ কাৱাজ।সকলো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন বাবে সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত কৰিছে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। সেইদৰে ভেৰগাঁও সমষ্টিৰ ডিমাকুচিত ইউপিপিএলৰ দলে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী প্ৰচাৰ সভা। সভাত বিটিচিৰ প্ৰাক্তন চীফ প্ৰমোদ বড়োয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি বজালে নিৰ্বাচনী জয়ঢোল। উক্ত সভাতে কেইগৰাকীমান বিশিষ্ট ব্যক্তি দলটোত যোগদান কৰে। সভাত প্ৰাক্তন বিধায়ক নাথুৰাম বড়ো বিশেষ ভাৱে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us