This browser does not support the video element.
হোজাই: মাদানী সন্ধৰ্ভত সাগৰবস্তিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কেম্পাছ মুকলি কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰক
Hojai, Hojai | Sep 2, 2025
মাদানী সন্ধৰ্ভত সাগৰবস্তিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কেম্পাছ মুকলি কৰি মঙ্গলবাৰে দিনৰ ৩.৩০বজাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক। মাদানী এজন ফালটো মানুহ, ইহঁতৰ কি কাম আছে। আপোনালোকে তাক ভেলু দি নাথাকিব।ফালটো মানুহৰ কথা সুধিবই নালাগে।মাদানীয়ে বিয়া কৰাই থৈছে ২,৩ টা।এই বিলাক মানুহৰ কি ভেলু আছে।এইবিলাক মানুহৰ কংগ্ৰেছ8দিনত ভেলু আছিল,বিজেপিৰ দিনত কোনো ভেলু নাই।তেওঁ এটা লৰ বিৰুদ্ধে কথা কওক একেচুতে ঢালি দিম, মই ৰখি আছো।আৰু বেছি মোক চেলেঞ্জ কৰি লাভ নাই বিপদ হব।যিমানে চেলেঞ্জ কৰি