Download Now Banner

This browser does not support the video element.

বাঘবৰ: গোহালি ঘৰত পৰিণত হৈছে ৫১ নং মইনবৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়, ৰাতিপুৱা ১১-৩০ বজালৈ কোনো কৰ্মচাৰী নহাৰ অভিযোগ #jansamasya

Baghbor, Barpeta | Aug 22, 2025
কলগাছিয়াৰ মইনবৰী গাওঁ পঞ্চায়তে উদঙাই দিছে উন্নয়নৰ নগ্ন ছবি। পঞ্চায়তৰ কাৰ্যালয়টো দেখিলেই বুজিব পাৰি উন্নয়নৰ নমুনা। এক প্ৰকাৰ গোহালি ঘৰত পৰিণত হৈছে ৫১ নং মইনবৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়। কাৰ্যালয়টো ৰাতিপুৱা ১১-৩০ বজালৈ কোনো কৰ্মচাৰী নহাৰ অভিযোগ ৰাইজৰ । পঞ্চায়তৰ সচিব জনৰ কোঠাত জাবৰৰ দম । বন জংঘলেৰে আৱৰি আছে পঞ্চায়ত কাৰ্যালয়। একাংশ লোকে পঞ্চায়তৰ কাৰ্যালয়ত দিছে লাও কোমোৰাৰ চালি। ৰাইজে কামৰ বাবে আহি বিচাৰি নাপায় কোনো বিষয়া কৰ্মচাৰী।
Read More News
T & CPrivacy PolicyContact Us