Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: উৰিয়ামঘাটত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল নগাৰ বুলি দাবী, উচ্ছেদৰ পিচতেই নগাৰ উৎপাত

Sarupathar, Golaghat | Aug 31, 2025
উৰিয়ামঘাটত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল নগাৰ বুলি দাবী,নগাৰ উৎপাত ।উচ্ছেদৰ পিছতেই দেওবাৰে পুৱা ১১বজাত উৰিয়াঘাটত নগাৰ উৎপাত।উৰিয়াঘাটৰ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল নগাৰ বুলি দাবী। উত্তপ্ত পৰিস্থিতি l সীমান্তত অসমীয়াৰ খেতিৰ ভাগ বিচাৰি বলপূৰ্বক চুক্তি কৰাৰ চেষ্টা নগাৰ l উত্তেজনাই বিৰাজ কৰিছে অঞ্চলজুৰী।
Read More News
T & CPrivacy PolicyContact Us