Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজুলী চাহ বাগিচাত বিজেপি দলৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা

Udalguri, Udalguri | Sep 8, 2025
জিলা খনৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাজুলী চাহ বাগিচাত বিজেপি দলৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় অৰ্ধ শতাধিক লোকে বিজেপি দলত যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে মন্ত্ৰী ৰূপেশ গোৱালাই। আনহাতে উক্ত যোগদান কাৰ্যসূচীত মন্ত্ৰী গৰাকীৰ সতে প্ৰাক্তন ইএম সঞ্জীত তান্তী, মণ্ডল সভাপতি অশোক মাহাতু,ভিচিডিচিৰ অধ্যক্ষ, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us