Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ,শনিবাৰে বিয়লি কলিয়াবৰ চাহ বাগিচাৰ মাজত গঁড়ৰৰ বিচৰণত আতংকিত ৰাইজ

Nagaon, Nagaon | Sep 6, 2025
কলিয়াবৰত গঁড়ৰ মুক্ত বিচৰণ। শনিবাৰে বিয়লি প্ৰায় তিনি মান বজাত কলিয়াবৰ চাহ বাগিচাৰ মাজত বিচৰণ গঁড়টোৰ। কামাখ্যা পাহাৰৰ পৰা ওলাই আহিছিল গড়ঁটো। কলিয়াবৰ চাহ বাগিচাৰ ১৬ নম্বৰ বাগানত অৱস্থান কৰি আছিল গঁড়টোৱে। বাগিচাৰ মাজে মাজে বহু সময় বিচৰণ কৰে গড়ঁটোৱে। গঁড়টোৰ বিচৰণত আতংকিত হৈ পৰে বাগিচাৰ শ্ৰমিক। বনবিভাগে ফটকা ফুটাই বাগিচাৰ পৰা খেদি পঠিয়াই গঁড়টো। বৰ্তমান কামাখ্যা পাহাৰৰ নামনিত অৱস্থান কৰি আছে গঁড়টোৱে।
Read More News
T & CPrivacy PolicyContact Us