Download Now Banner

This browser does not support the video element.

লংকা: পথৰ জৰাজীৰ্ণ অৱস্হাৰ বাবে জমৰ জাতনাত ভোগিছে কাকী টঙীয়া পঞ্চায়তৰ অন্তৰ্গত প্ৰায় তিনিশতাধিক ৰাইজ #jansamasya

Lanka, Hojai | Sep 11, 2025
বিন্নাকান্দি সমষ্টিৰ কাকী টঙীয়া পঞ্চায়তৰ অন্তৰ্গত টঙীয়াৰ হিৰীম্বাপুৰৰ পৰা বৰমাংচু গাৱলৈ অহা যোৱা কৰা উক্ত পথটোৰে সামান্য বৰষুণ এজাক পৰিলেই অহা যোৱা কৰিব নোৱাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি স্হানীয় ৰাইজে।উক্ত পথটো মেৰামতিৰ ক্ষেত্রত চৰকাৰে কোনো ব্যবস্থা গ্রহণ নকৰাত স্হানীয় ৰাইজে এনেদৰে পথ মেৰামতি কৰা ক্ষেত্রত হাতে কামে লগা পৰিলক্ষিত হৈছে।
Read More News
T & CPrivacy PolicyContact Us