This browser does not support the video element.
বৰমা ভাগ: হাউলীত ১৩ গৰাকী ৰহিংগীয়া ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক
India | Aug 31, 2025
বৰপেটাৰ হাউলীত ১৩ গৰাকী ৰহিংগীয়া আটক ৷ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিলে ৰহিংগীয়া লোক কেইগৰাকীক।২০১২ চনত ভাৰতত প্ৰবেশ কৰি জম্মুত কৰ্মৰত আছিল ৰহিংগীয়াৰ লোক কেইগৰাকী ।জম্মুৰ পৰা পুনৰ তেওঁলোক বাংলাদেশৰ ৰহিংগীয়া কেম্পলৈ বুলি ৰাউনা হৈছিল । নতুন দিল্লীৰ পৰা ৰেলযোগে আহি গুৱাহাটীৰ মাজেৰে বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা আছিল। কিন্ত বৰপেটাৰোড ৰেল ষ্টেচনত নামি গুৱাহাটীলৈ গৈ থকা অৱস্থাত হাউলীত লোক কেইজনক আটক কৰে ৰাইজে । টেম্পুত আহি থকা লোক কেইজনক হাউলীত আটক কৰে ৰাইজে ।