This browser does not support the video element.
নগাঁও: ধৰ্মীয় অনুভূতিত আঘাত,মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ বিধায়ক নুৰুল হুদাৰ বিৰূদ্ধে প্ৰতিবাদ জুৰীয়াৰ দগাঁৱত
Nagaon, Nagaon | Sep 5, 2025
ধৰ্মীয় অনুভূতিত আঘাত,মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত বিধায়ক নুৰুল হুদাৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ দগাঁৱত।ক্ষমা নোখোজিলে বিধায়ক নুৰুল হুদাৰ প্ৰৱেশ নিষিদ্ধৰ হুংকাৰ। ৰাজনীতি আৰু ধৰ্মক একাকাৰ কৰি এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। সাংসদ গৌৰৱ গগৈৰ জন্মদিন ধৰ্মীয় শিক্ষানুষ্ঠান, বিশেষকৈ পৰমাইভেটিৰ এখন ছোৱালী মাদ্ৰাছাত পালন কৰা কাৰ্য্যৰ পিছতেই জাঙুৰ খাই উঠিছে বিভিন্ন সংখ্যালঘু দল-সংগঠন।শুক্রবাৰে বিয়লি