This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক নিলম্বন ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত নিলম্বন
Dhubri Part, Dhubri | Sep 1, 2025
বিষয়াজনক মহিলা সহকর্মীক যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন শাৰীৰিক আৰু মানসিক নির্যাতন চলিছিল বিশেষ মহিলাৰ ওপৰত ভুক্তভোগী যুৱতীগৰাকীয়ে গোচৰ তৰিছিল ধুবুৰী আৰক্ষী থানাত ৷ কেৱল সেইয়া নহয় জেলৰ ভিতৰত ড্ৰাগছ আৰু জুৱা চলাই থকাৰ অভিযোগ আছিল বিষয়া গৰাকীৰ বিৰুদ্ধে। অৱশেষত গোচৰৰ ভিক্তিত বিষয়া গৰাকী বিৰুদ্ধে লোৱা হয় নিলম্বনৰ সিদ্ধান্ত।