Download Now Banner

This browser does not support the video element.

বৰপেটা: সত্ৰৰ দালানৰ সন্মুখত শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন, অভিনেতা প্ৰাঞ্জল শইকীয়াক সুন্দৰা নটুৱা বঁটা প্ৰদান

Barpeta, Barpeta | Sep 11, 2025
দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত বৰপেটা সত্ৰৰ দালানৰ সন্মুখত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয়। দক্ষিণ বৰপেটা মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত আয়োজিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে এইবাৰ প্ৰথমবাৰৰ বাবে সুন্দৰা নটুৱা বঁটা প্ৰৱৰ্তন কৰা হৈছে ৷ বিশিষ্ট অভিনেতা তথা পৰিচালক প্ৰাঞ্জল শইকীয়াক সুন্দৰা নটুৱা’ বঁটা প্ৰদান কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us