This browser does not support the video element.
বাঘবৰ: তাৰাকান্দিত আয়ুষ্মান আৰোগ্য মন্দিৰ শুভাৰম্ভ অনুষ্ঠানত বিধায়ক শ্বেৰমান আলী আহমেদৰ অংশ গ্ৰহণ
Baghbor, Barpeta | Sep 11, 2025
মন্দিয়া সমষ্টিৰ তাৰাকান্দিত বৃহস্পতিবাৰে আয়ুষ্মান আৰোগ্য মন্দিৰ শুভাৰম্ভ কৰা হয় ৷ তাৰাকান্দিত আয়ুষ্মান আৰোগ্য মন্দিৰ শুভাৰম্ভ অনুষ্ঠানত বাঘবৰ সমষ্টি বিধায়ক শ্বেৰমান আলী আহমেদৰ অংশ গ্ৰহণ ৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ অংশ গ্ৰহণ কৰি কয় আয়ুষ্মান আৰোগ্য মন্দিৰটো ফলত অঞ্চলটোৰ ৰাইজৰ যথেষ্ঠ সুবিধা হব ৷ বিশেষকৈ চিকিৎসাৰ বাবে অঞ্চলটোৰ ৰাইজ সকলে দুৰলৈ যাব লগা নহব বুলি মন্তব্য কৰে ৷