This browser does not support the video element.
বোকাখাত: পৰ্যটকৰ বাবে মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ,উদ্বোধন কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই
Bokakhat, Golaghat | Sep 26, 2025
পৰ্যটকৰ বাবে মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ।উদ্বোধন কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাইl শুক্ৰবাৰে পুৱা প্ৰায় ১১ বজাত আনুষ্ঠানিকভাবে মুকলি মুকলি কৰা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ l অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক মৃণাল শইকীয়াৰ উপস্থিতিত কাৰ্য্যসূচীৰ উদ্বোধন কৰা হয় । এই অনুষ্ঠানৰ প্ৰাৰম্ভতে সূৰ্যকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।