Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ইউপিপিএল কেন্দ্ৰীয় সমিতিৰ নিতিত ক্ষুব্ধ হৈ ইউপিপীএলৰ কেন্দ্ৰীয় সম্পাদক বুদ্ধদেব মুছাহাৰী পদত্যাগ কৰিলে কোকৰাঝাৰত

Kokrajhar Part, Kokrajhar | Aug 23, 2025
ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ মুছাহাৰী কেন্দ্ৰীয় নেতৃত্বৰ উপৰত অসন্তুষ্ট হৈ ইউপিপীএল দলৰ পৰা পদত্যাগ কৰিছে শনিবাৰৰ দিনা বিয়লি ২.৩০ বজাত কোকৰাঝাৰ চহৰৰ থানা ৰোড়ত উপস্থিত হৈ তেওঁ সাংবাদিকক জানিবলৈ দিয়ে যে প্ৰমোদ বড়োৰ মংগল গ্ৰহত যোৱা নিতিক আমি সমৰ্থন কৰিব নোৱাৰোঁ এই কাৰণে মই আজি ইউপিপিএলৰ পৰা পদত্যাগ কৰিছু। উল্লেখ্য যে বুদ্ধদেব মুছাহাৰীয়ে এক সময়ত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলিছিল
Read More News
T & CPrivacy PolicyContact Us