This browser does not support the video element.
ডুমডুমা: সদৰত নিজৰ অঞ্চলটো, নিজৰ চৌহদটো ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান পৌৰপতি পুলক চেতিয়াৰ
Doom Dooma, Tinsukia | Sep 9, 2025
তিনিচুকীয়া চহৰ খনক পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিব লাগিব আৰু প্ৰতিগৰাকী নাগৰিকৰ এটা মৌলিক দায়িত্ব । নিজৰ অঞ্চলটো, নিজৰ চৌহদটো ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়াই । সকলোৱে মিলি জুলি তিনিচুকীয়া চহৰ খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আগভাগ লব লাগিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য প্ৰদান কৰে ।