Download Now Banner

This browser does not support the video element.

গুৱাহাটী: বশিষ্ঠ আৰক্ষীৰ অভিযানত কেৰাকুচিত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী,গ্ৰেপ্তাৰ চেলিম নামৰ গভাইট চোৰ,জব্দ ১৮ বিধ চুৰি সামগ্ৰী

Guwahati, Kamrup Metropolitan | Sep 13, 2025
বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। গ্ৰেপ্তাৰ কেৰাকুচিত চেলিম নামৰ গভাইট চোৰ। শনিবাৰে এই গভাইট চোৰটোক লৈ অভিযান চলাইছিল বশিষ্ঠ আৰক্ষীৰ দলে। অভিযানত কেৰাকুচিৰ পৰা জব্দ হয় ১৮ বিধ চুৰি সামগ্ৰী।
Read More News
T & CPrivacy PolicyContact Us