Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী,ছয় বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰবাপচী

Dhubri Part, Dhubri | Sep 13, 2025
গোলকগঞ্জ কংগ্ৰেছত ঘৰবাপচী। ছয় বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰবাপচী। আজি সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গোলকগঞ্জ ৰাজীৱ ভবনত কংগ্ৰেছত যোগদান কৰে। ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী
Read More News
T & CPrivacy PolicyContact Us