Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰাৰ দাবীত কাজলগাঁৱত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ অনশন
India | Sep 4, 2025
আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অসমৰ পৰা অবৈধ বাংলাদেশী ,মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবী সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন,ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!