This browser does not support the video element.
তিনিচুকীয়া: সদৰত অসম জাতীয় পৰিষদৰ কা বাতিলৰ দাবীৰে প্ৰতিবাদ
Tinsukia, Tinsukia | Sep 6, 2025
শনিবাৰে দুপৰীয়া প্রায় ১ বজাত তিনিচুকীয়াত অসম জাতীয় পৰিষদে কা বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইন দাহ কৰি কা ৰ আধাৰত গ্ৰহণ কৰা অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। উক্ত প্ৰতিবাদৰ জৰিয়তে হিন্দু-মুচলমান সকলো বিদেশীক বহিস্কাৰ কৰাৰ দাবী জনাই অসম জাতীয় পৰিষদে ৷