This browser does not support the video element.
নগাঁও: ৰূপহীহাট আৰক্ষীৰ জালত আৰক্ষীক আক্রমণকাৰী তিনি মহিলা,গুনাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মহিলা তিনি গৰাকীক
Nagaon, Nagaon | Aug 28, 2025
ৰূপহীহাট আৰক্ষীৰ জালত আৰক্ষীক আক্রমণকাৰী তিনি মহিলা,বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ২২ আগষ্ট শুক্ৰবাৰে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হৈছিল ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰক্ষী জোৱান । গুনাবাৰী ৰাহুল ইছলামৰ নামৰ ড্ৰাগছ মাফিয়াৰ বাসগৃহত অভিযান চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল ৰাহুল ইছলামৰ পৰিয়ালৰ লোকে। আৰক্ষীক আক্ৰমণকাৰী তিনি মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও পলাতক হৈ আছে আন